ন-শদিয়াৰ ভৱলা গাঁৱত অঘটন।
ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু বিচাৰিবলৈ গৈ সন্ধানহীন ডিম্বেশ্বৰ সোণোৱাল।
ডিম্বেশ্বৰ সোণোৱালক এৰাসুঁতিৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ সন্দেহ।
ভৱলা গাঁৱত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।