ধুমুহা-বৰষুণত বিপৰ্যস্ত ডিমা হাছাওৰ জনজীৱন

294

ধুমুহা-বৰষুণত বিপৰ্যস্ত ডিমা হাছাওৰ জনজীৱন।

বন্ধ শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথ।

যিকোনো মূহূৰ্তত বন্ধ হ’ব পাৰে ৰে’ল চলাচল ।

ঘূৰ্ণি বতাহ ৰেমলৰ প্ৰভাৱ ডিমা হাছাও জিলাত।

যোৱা নিশাৰ পৰা অব্যাহত আছে ধুমুহা-বৰষুণ।

প্ৰচণ্ড বৰষুণৰ কাৰণে হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে।

আনহাতে বতৰৰ অপ্ৰত্যাশিত পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও জিলাৰ গোটেই শিক্ষা প্রতিষ্ঠান আজি আৰু কাইলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিছে জিলা আয়ুক্তই।

ৰে’ল চলাচল বৰ্তমান স্বাভাবিক হৈ আছে।