ধিঙৰ ধূপগুৰি পৰা এগৰাকী কিশোৰী নিৰুদ্দেশ।
নগাঁও জিলাৰ ধিঙৰ ধূপগুৰি পৰা ১৫ বছৰীয়া এগৰাকী মানসিক বিকিৰগস্ত কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে।
ধূপগুৰি মাইনুদ্দিনৰ কন্যা ছেমিম।
পৰিয়ালৰ লোকে জানিব দিয়া মতে, শুক্ৰবাৰে দিনৰ প্ৰায় ১১ বজাৰ পৰা নিৰুদ্দেশ হয় কিশোৰী গৰাকী।
বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সন্ধান পোৱা নাই। পৰিয়ালৰ লোকে ।
সেয়ে যদি কোনো সদাশয় ব্যাক্তিৰ দৃষ্টি গোচৰ হয়, তেন্তে পৰিয়ালৰ মোবাইল নম্বৰ 6003765251 নম্বৰত যোগাযোগ কৰিবলৈ আহব্বান জনায় পৰিয়ালৰ লোকে।
