ধন দাবীৰ অভিযোগত গোচৰ ৰুজু ২ সাংবাদিকৰ বিৰুদ্ধে

286

ধন দাবী কৰাৰ অভিযোগত ধেমাজিত গোচৰ ৰুজু কৰা হৈছে দুজন ৱেব পৰ্টেলৰ সাংবাদিকৰ বিৰুদ্ধে। ।

সূত্ৰ অনুসৰি, অমিত কুম্বাং আৰু সুৰুজ পাণ্ডে নামৰ সাংবাদিককেইজনে শিলাপথাৰৰ এজন ঠিকাদাৰৰ পৰা ১০ হাজাৰ টকা দাবী কৰিছিল।

ঠিকাদাৰে ধেমাজিৰ চিমেন চাপৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

আৰক্ষীয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে।