অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ৰূপম ভূঞা সোমবাৰে বাইক দুৰ্ঘটনাত পতিত হয় ৷ চানডুবিৰ সমীপতে দুৰ্ঘটনাত পতিত হয় কণ্ঠশিল্পীগৰাকী ৷ মূৰ আৰু মুখমণ্ডলত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ বৰ্তমান সংকটজনক অৱস্থাত হায়াত হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে কন্ঠশিল্পীগৰাকী ৷ মূৰত কেইবাঠাইতো আঘাতপ্ৰাপ্ত হয় ৰূপম ভূঞা ৷