ষ্টাফৰিপোৰ্টাৰ, ১৫ মে’ : পুনৰ দুসপ্তাহলৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰিবলৈ কেন্দ্ৰক অনুৰোধ জনাইছে অসম চৰকাৰে। ৰাজ্যত কৰ’না সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।