দুলীয়াজান টিংৰাই জাতীয় বিদ্যালয়ত অঘটন

76

দুলীয়াজান টিংৰাই জাতীয় বিদ্যালয়ত অঘটন

বিদ্যালয়ত বাৰ্ষিক প্ৰতিভা বিকাশ সপ্তাহ চলি থকা অৱস্থাত হঠাৎ ১৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী অচেতন হৈ পৰে ।

ততাতৈয়াকৈ বিদ্যালয়ৰ কতৃপক্ষই অসুস্থ হৈ পৰা ছাত্ৰ ছাত্ৰীক টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে।

প্ৰাথমিক চিকিৎসা কৰাৰ পিছত চিকিৎসকে আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰে ।কিন্তু এতিয়ালৈ ৰোগৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ।