এইবাৰ দুলীয়াজানত গ্ৰেপ্তাৰ হ’ল গৃহৰক্ষী জোৱান। উল্লেখযোগ্য যে ভুৱা নথিৰে অসম গেছ কোম্পানীত কাম কৰি থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে জোৱান জনক। গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান প্ৰশান্ত হাজৰিকা ওৰফে বিপিন কোঁৱৰ বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনে অসম গেছ কোম্পানীত কৰ্মৰত আছিল অভিযুক্ত জোৱানজন।অৱশেষত গ্ৰেপ্তাৰ হ’ল জোৱান জন।

