ষ্টাফৰিপোৰ্টাৰ, ২১ এপ্ৰিল : দুদিনৰ বাবে অসমত কৰ’না ৰেপিড টেষ্ট স্থগিত ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই। আই চি এম আৰে ৰেপিড টেষ্ট স্থগিত ৰাখিবলৈ দিছিল নিৰ্দেশ। ৰাজস্থান, পশ্চিমবংগ চৰকাৰে আপত্তি দৰ্শাইছে ফলাফলৰ ওপৰত।