দীৰ্ঘ অপেক্ষাৰ অন্তত ৰাইজৰ বাবে সাজু মালিগাঁও উৰণসেতু। আজি মুখ্যমন্ত্ৰীয়ে বিয়লি মুকলি কৰিব নৱনিৰ্মিত উৰণসেতুখন। ৪২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেতুখন। নৱনিৰ্মিত সেতুখন মহানগৰীৰ দীৰ্ঘতম উৰণসেতু।