দিছপুৰ প্ৰেছ ক্লাবক আজমল ফাউণ্ডেছনৰ অত্যাৱশ্যকীয় খাদ্য – সামগ্ৰীৰ টোপলা প্ৰদান 

77

ষ্টাফ ৰিপোৰ্টাৰ, ১ মে : ল’ক ডাউনৰ সময়ত অত্যাৱশ্যকীয় খাদ্য – সামগ্ৰীৰ সংগ্ৰহত নানা সমস্যাৰ সন্মুখীন হোৱা গুৱাহাটী মহানগৰীত কৰ্মৰত বিভিন্ন সংবাদমাধ্যম,সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত একাংশ সাংবাদিক,ফটো সাংবাদিক, ভি ডি অ সাংবাদিকক সহায়ৰ অৰ্থে শুকুৰবাৰে আজমল ফাউণ্ডেছনে দিছপুৰ প্ৰেছ ক্লাবৰ কতৃপক্ষক ১৫০ টা খাদ্য সামগ্ৰীৰ টোপলা প্ৰদান কৰে ।