দশম শ্ৰেণীৰ উত্তীৰ্ণ ছাত্ৰীয়ে প্ৰতি মাহে লাভ কৰিব ১০০০টকাকৈ

125

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা আঁচনি’ৰ আৰম্ভণি কৰিবলৈ কেবিনেটৰ অনুমোদন । দশম উত্তীৰ্ণ ছাত্ৰীয়ে প্ৰতি মাহে ১০০০টকাকৈ লাভ কৰিব। স্নাতক অধ্যয়নৰত ছাত্ৰীয়ে ১২৫০টকাকৈ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীয়ে ২৫০০ টকাকৈ লাভ কৰিব। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল সম্বোধন । প্ৰতিমাহৰ ১১ তাৰিখে বেংক একাউণ্টত সোমাব এই ধন। ১০ লাখ ছোৱালীয়ে পাব নিযুত মইনাৰ আঁচনিৰ ধন।