তিনিচুকীয়াত ভয়ংকৰ ঘটনা

125

তিনিচুকীয়াত ভয়ংকৰ ঘটনা।

তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰত চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে।

তৈলক্ষেত্ৰৰ UPSৰ সমীপত উলংগ অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ।

কোনো লোকে হত্যা কৰাৰ সন্দেহ মহিলাগৰাকীক।

মৃতদেহৰ সমীপত মহিলাগৰাকীৰ কাপোৰ উদ্ধাৰ ।