তিনিচুকীয়াৰ জাগুনত চাহ বাগিচাৰ মহৰীক অপহৰণ। ১০ মাইলস্থিত ৰাধা চেতিয়া চাহ বাগিচাৰ মহৰীক অপহৰণ। নিশা বাগিচাৰ কেম্পৰ পৰা অপহৰণ মহৰী গৌতম বসুমতাৰীক। গৌতম বসুমতাৰীক কোনো উগ্ৰপন্থীৰ দলে অপহৰণ কৰাৰ সন্দেহ। অপহৃত গৌতম বসুমতাৰীৰ ঘৰ অৰুণাচলৰ খাৰচাঙত।