তামুলপুৰৰ ১ নং পাহাৰপুৰত বোমা বিস্ফোৰণ

177

তামুলপুৰৰ ১ নং পাহাৰপুৰত বোমা বিস্ফোৰণ। ভয়ংকৰ বিস্ফোৰণৰ শব্দই কঁপাই গ’ল সমগ্ৰ গাঁও। বিস্ফোৰণত কথমপি প্ৰাণ ৰক্ষা ৭ জনীয়া এটি পৰিয়ালৰ। বোমা পৰি ফুটা হৈ পৰে চানু চুব্বাৰ ঘৰৰ টিনপাত। সেনাৰ ফায়াৰিং ৰেঞ্জত প্ৰশিক্ষণৰ সময়তে লক্ষ্যভ্ৰষ্ট হৈ সংঘটিত এই ঘটনা। গাঁওখনত থকা ভাৰতীয় সেনাৰ শিবিৰত চলি আছিল প্ৰশিক্ষণ।