ডিূব্ৰুগড়ত কোভিড আক্ৰান্ত হৈ মৃত্যু এজনৰ

72

ডিূব্ৰুগড়ত কোভিড আক্ৰান্ত হৈ মৃত্যু এজনৰ।

জিলাখনৰ মৰাণত প্ৰথম গৰাকী লোকৰ মৃত্যু কোৰোনাত।

মৃত্যু ঘটা লোকজনৰ নাম মইনুন্দিন আহমেদ।

৫৯ বৰ্ষীয় মইনুন্দিন কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ডিব্ৰুগড় হাস্পতালত।

আজি পুৱা ৭ বজাত মৃত্যু ঘটে লোকজনৰ।

উল্লেেখ্য যে, ডিব্ৰুগড় জিলাতো ভয়াবহ হাৰত বৃদ্ধি পাই আছে কোভিড ৰোগীৰ সংখ্যা।