ডিব্ৰুগড়ত নৃশংস হ*ত্যা*কাণ্ড

106

ডিব্ৰুগড় জিলাৰ চাবুৱাত জেৰাই গাঁৱত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । নিশা ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে জলসম্পদ বিভাগৰ কৰ্মচাৰীক । শোৱাপাটীতেই চাৰিজনীয়া দুৰ্বৃত্তৰ দলে পত্নী আৰু কণমানি কন্যাৰ সন্মুখত চোকা অস্ত্ৰৰে হত্য়াকাণ্ড সংঘটিত কৰা ঘটনাই চাঞ্চল্য়ৰ সৃষ্টি কৰিছে । পিছে পোহৰলৈ অহা নাই এই হত্য়াকাণ্ডৰ আঁৰৰ কাহিনী ।