টিপঙৰ অবৈধ কয়লা খনিত পুনৰ শ্ৰমিকৰ মৃত্যু। চালি অঞ্চলৰ কয়লা খনিত গেছ নিৰ্গত হৈ মৃত্যু দুজন শ্ৰমিকৰ। শ্ৰমিক দুজনৰ মৃতদেহ পাহাৰৰ অজ্ঞাত স্থানত লুকুৱাই ৰখাৰ সন্দেহ। পুৱাৰ ভাগতে সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাক সন্দৰ্ভত লেখাপানী আৰক্ষী, বন বিভাগে তদন্ত নকৰাৰ অভিযোগ।
