টাই আহোম যুৱ পৰিষদ অসমৰ বীৰাংগনা মূলাগাভৰু বঁটা ঘোষণা৷ বীৰাংগনা মূলাগাভৰু সন্মান প্ৰথম অসমীয়া বিমান পাইলট ধীৰা চলিহা হাজৰিকালৈ৷ অহা ২৯,৩০ এপ্ৰিলত সোণাৰিত অনুষ্ঠিত হ’বলগীয়া বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱসত প্ৰদান কৰা হ’ব এই সন্মান৷