জ্যেষ্ঠ বিষয়াৰ আচৰিত কাণ্ড

57

ভাৰতীয় ৰাজহ সেৱা বিভাগৰ জ্যেষ্ঠ বিষয়া IRS এম অনুসূয়াই ভাৰতীয় প্ৰশাসনিক সেৱাত অন্য এক ইতিহাসৰ সৃষ্টি কৰিলে।

জ্যেষ্ঠ মহিলা বিষয়াগৰাকীয়ে লিংগ পৰিৱৰ্তন কৰি এম অনুসূয়াৰ নামৰ সলনি নিজৰ নাম ৰাখিলে এম অনুকৃতি সূৰ্য।

ভাৰতীয় প্ৰশাসনিক সেৱাত এনে কাৰ্য প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে।

ভাৰত চৰকাৰেও বিষয়াগৰাকীৰ নাম, লিংগ সলনি কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰিছে।

ভাৰতীয় প্ৰশাসনিক সেৱাত নাম, লিংগ সলনি কৰা এম অনুকৃতি সূৰ্যই হৈছে প্ৰথমগৰাকী বিষয়া।