জুৰীয়াৰ বলীকটিয়াত চাঞ্চল্যকৰ ডকাইতি

131

জুৰীয়াৰ বলীকটিয়াত চাঞ্চল্যকৰ ডকাইতি। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ধান ব্যৱসায়ীৰ পৰা লুটি নিলে ২ লাখ টকা। পথ আগচি ধৰি জেংগুনীৰ ব্যৱসায়ী সূৰুয আলীক আক্ৰমণ। বাহনৰ আইনা ভাঙি চালক সূৰুয আলীক মাৰপিট। ঘটনা সন্দৰ্ভত জুৰীয়া থানাত এজাহাৰ দাখিল সূৰুয আলীৰ।