জুৰীয়াৰ কেন্দুগুৰীত মহিলা সন্ধানহীন৷ ২৪ নৱেম্বৰৰ নিশাৰ পৰা সন্ধানহীন শ্বাকিৰ আহমেদৰ পত্নী জাহানাৰা বেগম৷ উল্লেখযোগ্য যে স্বামীগৃহৰ পৰা সন্ধানহীন জাহানাৰাৰ সন্ধান পালে জুৰীয়া আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ পৰিয়ালৰ লোকৰ৷