জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২ যুৱক

48

জাগীৰোড: জাগীৰোডৰ মনহা কছাৰী গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২ যুৱক। বালি কঢ়িওৱা ট্রাকে মহতিয়াই নিলে বাইক আৰোহি দুজনক। দুৰ্ঘটনাত থিতাতে নিহত এজন, চিকিৎসালয়লৈ নিয়া পথত আনজনৰ মৃত্যু হয়।

নিহত যুৱক দুজন ক্ৰমে সুৰজিৎ দাস আৰু কৃষ্ণ দাস বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনাত ফুকন দাস নামৰ আন এজন যুৱক গুৰুতৰভাৱে আহত।