জাগীৰোডত দুখন ফাৰ্মাচী ছীল

157

জাগীৰোডৰ আমলিঘাট, আজুৰিত জিলা ঔষধ পৰিদৰ্শকৰ অভিযান। অকৰ্তৃত্বশীলভাৱে চলাই থকা দুখন ফাৰ্মাচী ছীল ঔষধ পৰিদৰ্শকৰ। অনুজ্ঞাপত্ৰ নথকাৰ বাবে বন্ধ কৰা হৈছে ফাৰ্মাচী দুখন। ছীল কৰা হয় মালা মেডিকেল আৰু এখন নামবিহীন ফাৰ্মাচী।