ছিপাঝাৰ আৰক্ষীৰ বৃহৎ অভিযান

201

ছিপাঝাৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩টা দুৰ্ধৰ্ষ চোৰ৷ গুৱাহাটীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ নজমুল আলী, বাহাৰুল আলী আৰু নুৰুদ্দিন আলীক৷ চুৰি কাৰ্যত ব্যৱহৃত এখন ছুইফট বাহনৰ লগতে এটা চুৰি ছাগলীও জব্দ কৰে আৰক্ষীয়ে৷