এতিয়াৰে পৰা চৰকাৰী অনুষ্ঠানৰ অতিথিক কেৱল চাহ-বিস্কুটেৰেহে আপ্যায়ন কৰিব লাগিব, লগতে যোগান ধৰিব পাৰিব বিশুদ্ধ খোৱাপানী৷ ব্যয় সংকোচনৰ বাবে সাধাৰণ প্ৰশাসন বিভাগৰ কঠোৰ নিৰ্দেশনা৷ চৰকাৰী অনুষ্ঠানত অতিথিৰ নামত ভৱিষ্যতে কৰিব নোৱাৰিব কোনো অযথা ব্যয়৷