চোৰ ধৰাত ব্যৰ্থ মৈৰাবাৰী আৰক্ষী

61

চুৰ ধৰাত ব্যৰ্থ মৈৰাবাৰী আৰক্ষী।

মৰিগাঁৱৰ মৈৰাবাৰীত ড্ৰাগছ আসক্ত চুৰৰ সন্ত্ৰাস অব্যাহত ।

নিৰব মৈৰাবাৰী আৰক্ষীৰ নাকৰ তলেদি নিতৌ সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা ।

ড্ৰাগছ আসক্ত চুৰে চুৰি কাণ্ড সংঘটিত কৰি চুৰি সামগ্ৰী বিক্ৰী কৰি আহিছে ড্ৰাগছ সৰবৰাহকাৰীক।

কুখ্যাত চুৰ শুকুৰ আলীয়ে সমগ্ৰ ঘটনা স্বিকাৰ কৰাৰ পিছতো গুৰুত্ব নাই আৰক্ষীৰ ।

উল্লেখ্য যে
যোৱা কালি শুকুৰৰ সহযোগী মোস্তাফা আহামেদ নামৰ আনটো চুৰক ৰাইজে আটক কৰি ঘটাই দিছিল মৈৰাবাৰী আৰক্ষীক।

এতিয়াও পলাতক ড্ৰাগছ আসক্ত চুৰৰ গেংটোৰ মাষ্টাৰ মাইন চুৰ গাজী।