অসম চিবিএছইৰ দ্বাদশ মানৰ চূড়ান্ত পৰীক্ষাত ৯৬.৪% নম্বৰৰে নাহিদ আফ্ৰিন উত্তীৰ্ণ By Editor - July 13, 2020 120 FacebookPinterestWhatsAppPrint ষ্টাফৰিপৰ্টাৰ, সংগীতৰ লগতে শিক্ষাতো উজ্বলিল নাহিদ আফ্ৰিন। সোমবাৰে ঘোষিত চিবিএছইৰ দ্বাদশ মানৰ চূড়ান্ত পৰীক্ষাত ৯৬.৪% নম্বৰৰে নাহিদ আফ্ৰিন উত্তীৰ্ণ হৈছে। উল্লেখ্য হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৯১.৫% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল নাহিদ। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...