চিপাঝাৰত ভয়ংকৰ ঘটনা

84

ছিপাঝাৰৰ মহলীয়া পাৰাৰ পদুম পুখুৰী হাইস্কুলত অঘটন।

দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰ

। মৃত ছাত্ৰজনৰ নাম ভৱেশ ডেকা।

কিবা কাৰণত মনোমালিন্য হৈছিল দুই ছাত্ৰৰ মাজত।

মনোমালিন্য ই ৰূপ লয় চূড়ান্ত পৰ্যায়।

চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ছাত্ৰজনৰ।

দশম শ্ৰেণীৰ ছাত্ৰ অভিজিত বৰুৱাৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ভৱেশ ডেকাৰ।

মৃত ছাত্ৰজন সেনাপতি পাৰা গাঁৱৰ হেমচন্দ্ৰ ডেকাৰ পুত্ৰ।