চিনেমাৰ বয়কটৰ দাবীয়ে পৰিৱেশৰ ওপৰতো প্ৰভাৱ পেলায়ঃ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ

156
The Union Minister for Information & Broadcasting, Youth Affairs and Sports, Shri Anurag Singh Thakur holding a press conference on Cabinet Decisions, in New Delhi on July 22, 2021.

পাঠানক লৈ চলা বয়কট ট্ৰেণ্ডৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰতিক্ৰিয়া।

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা অনুৰাগ ঠাকুৰে শুকুৰবাৰে কয় যে যি সময়ত ভাৰতীয় চিনেমাই বিশ্বত নাম উজলাইছে, সেই সময়ত বৰ্জনৰ কথাই পৰিৱেশত প্ৰভাৱ পেলায়।

তেওঁ লগতে কয় যে পৰিৱেশ নষ্ট কৰিবলৈ কেতিয়াবা সম্পূৰ্ণ তথ্য নোহোৱাকৈও মানুহে মন্তব্য কৰে, তেতিয়া ইয়াৰ ফলতো ক্ষতি হয়, এনে হ’ব নালাগে।