চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনৰ গোচৰৰ চাৰ্জশ্বীট দাখিল।
মহানগৰ আৰক্ষীয়ে CJM আদালতত দাখিল কৰিলে চাৰ্জশ্বীট।
নিজ তোলনীয়া কন্যা সন্তানক বৰ্বৰ নিৰ্যাতন চলাইছিল দম্পতীটোৱে।
৯টাকৈ জামিনবিহীন ধাৰাত গোচৰ ৰুজু আৰক্ষীৰ।