ষ্টাফৰিপোৰ্টাৰ, ২১ মে’ : প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৩৫ কোটি আত্মসাতৰ অভিযোগ উত্থাপন হৈছে। Software ইনষ্টল নকৰাকৈয়ে লুটি নিলে ৩৫ কোটি । একাউণ্টেণ্ট জেনেৰেলৰ ৰিপ’ৰ্টত এই ভয়ংকৰ তথ্য। পূৰ্বেও গোচৰ দিছিল APWৰ অভিজিত্ শৰ্মাই। পূৰ্বে NRCৰ নামত ৩০০ কোটি আত্মসাতৰ অভিযোগ দিছিল শৰ্মা । ‘তদন্তৰ নামত মাত্ৰ কেৱল ভেঁকো-ভাওনা’।