চাপৰৰ পাখিৰিতলস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

111

চাপৰৰ পাখিৰিতলস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

বাইক আৰু ট্ৰাকৰ মাজত মুখামুখি সংৰ্ঘষ।

নিহত এজন বাইক আৰোহী আৰু গুৰুতৰভাৱে আহত আনজন।

নিহত বাইক আৰোহী জনৰ নাম মকবুল হুছেইন আৰু গুৰুত্বভাৱে আহত মুছা সেখ।

দুয়োকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ।

কিন্তু মকবুল হুছেইনক বঙাইগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

মুছা সেখৰ ঘৰ আলুৰভূঁইত। তেওঁৰ দুখন ভৰি ট্ৰাকৰ তলত পৰি ছিঙি যায়।

ইফালে মৃত মকবুল হুছেইন ঘৰ চাপৰ ৰৌমাৰীত।

বাইকখনৰ নম্বৰ AS- 19B 1159।

ট্ৰাকখনৰ নম্বৰ TN.34 W. 2535।