চাংসাৰিৰ ৰূপকোঁ‌ৱৰ একাডেমীৰ অধ্যক্ষ শ্বেখ আব্দুল ফিৰোজে দেখুৱালে এক বিশেষ নিদৰ্শন…

67

পৱন নীল কাশ্যপ, চাংসাৰিঃ ভাল কামবোৰ প্ৰচাৰ কৰি এক সুকীয়া মাদকতা পোৱা যায়।আজি পুনৰ এক ভাল কামৰ প্ৰশংসা কৰিম। চাংসাৰিস্থিত ৰূপকোঁ‌ৱৰ একাডেমীৰ অধ্যক্ষ শ্বেখ আব্দুলে ফিৰোজ দেখুৱালে এক বিশেষ নিদৰ্শন।

নিৰ্বাচনৰ দায়িত্ব হেতু আৰক্ষীৰ অভাৱ হোৱাত চাংসাৰিৰ ৰাজপথত এক দীৰ্ঘ সময় ধৰি ট্ৰেফিকৰ দায়িত্ব পালন কৰি পথচাৰীক সকাহ দিয়ে অধ্যক্ষগৰাকীয়ে।সম্প্ৰতি উক্ত কৰ্মক শলাগ লৈছে ভিন্নজনে।