চলিত বৰ্ষত শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া ইউনিফৰ্ম। বিধানসভাৰ মজিয়াত ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজ্যত উৎকৃষ্ট হ’ব লাগিব ইউনিফৰ্মৰ যোগান। ইউনিফৰ্ম যোগানত খেলিমেলি হ’লে ৰুজু হ’ব গোচৰ। ইউনিফৰ্মৰ মান নিৰূপণৰ বাবে গঠন কৰা হ’ব ৰাজহুৱা কমিটী।