চতিয়াত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। উল্লেখযোগ্য যে পাষাণ পিতৃৰ চোকা দাৰ ঘাপত মৃত্যু হয় পুত্ৰৰ। প্ৰফুল্ল পাটৰে হত্যা কৰিলে ২৫ বছৰীয়া পুত্ৰ প্ৰবীণ পাটৰক। মনাই চাহ বাগিচাৰ ১১ নং লাইনত সংঘটিত হৈছে এই হত্যাকাণ্ড। হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে।
