ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল ৰঞ্জিত মহন্ত

140

আকৌ ঘোচ লৈ গ্ৰেপ্তাৰ আন এগৰাকী চৰকাৰী কৰ্মচাৰী।

এইবাৰ নগাঁও জিলা ৰাজহ চক্ৰৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল ৰঞ্জিত মহন্তক।

মাটিৰ নামজাৰিৰ বাবদ দাবী কৰা ধন গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।

এই বিষয়ে টুইটযোগে জানিবলৈ দিয়ে বিশেষ আৰক্ষীৰ সঞ্চালকপ্ৰধান জিপি সিঙে।