ৰাজ্যত পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া।
এইবাৰ ৪০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ এগৰাকী ঘোচখোৰ চক্ৰ পৰিদৰ্শক।
দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ বাক্সা জিলাৰ শিমলাৰ চক্ৰ পৰিদৰ্শক।
ধৃত চক্ৰ পৰিদৰ্শকজনৰ নাম গণেশ বৰ্মন।