গোলাঘাটৰ খুমটাই সমষ্টিৰ ঢ়েকীয়ালৰ
ৰহঢলা পথাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

263

গোলাঘাটৰ খুমটাই সমষ্টিৰ ঢ়েকীয়ালৰ
ৰহঢলা পথাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

পথাৰত দাৱনীৰ লগত একেলগে ৰৱাব টেঙাৰ সোৱাদ ল’লে লগতে দাৱনীৰ লগতো মত বিনিময় কৰে ৷

পথাৰৰ মাজত নৰাত বহি ৰাইজৰ সৈতে চুঙাত দিয়া বৰালী মাছ , বাহু মাছৰ জোলেৰে ভাত খালে মুখ্যমন্ত্ৰীয়ে

মুখ্য মন্ত্রী গৰাকীৰ লগত উপস্হিত আছিল বিত্ত মন্ত্রী অজন্তা নেওক,কৃষি মন্ত্রী অতুল বৰা,স্বাস্হ্য মন্ত্রী কেশৱ মহন্তৰ লগতে খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া
মুখ্যমন্ত্ৰী গৰাকীক ওচৰৰ পৰা এবাৰ চাবলৈ ৰহঢলা পথাৰৰ চৌপাশে হাজাৰ হাজাৰ লোকৰ সমাগম হয় ৷

মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত শৈশৱৰ সোনালী দিনৰ ৰোমন্থন কৰিলে ৷