গোলকগঞ্জৰ গংগাধৰ নৈত শোকাৱহ নাও দুৰ্ঘটনা। নৈত ডুবি মৃত্যু মালেক আলী মণ্ডল নামৰ এজনৰ। ৰাইজে জীৱন্তে উদ্ধাৰ কৰিলে দুই কন্যা সন্তানক। সন্তানক টুলুঙা নাৱেৰে বিদ্যালয়লৈ লৈ যোৱাৰ পথত এই দুৰ্ঘটনা।