উত্তৰ-পূৱ গোলকগঞ্জত চোৰাং সোণসহ গ্ৰেপ্তাৰ এজন যুৱক By Dipshikha - November 20, 2023 305 FacebookPinterestWhatsAppPrint গোলকগঞ্জত চোৰাং সোণসহ গ্ৰেপ্তাৰ এজন যুৱক। যুৱকজনৰ নাম আইনাল হক। যুৱকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৮০ তোলা সোণ। সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৫৬ লাখ টকা। গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ ভোকডাঙাত ঘৰ যুৱকজনৰ। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...