উত্তৰ-পূৱ গো-সৰবৰাহৰ বিৰুদ্ধে যোৰাবাট আৰক্ষীৰ সফল অভিযান By Dipshikha - December 9, 2023 562 FacebookPinterestWhatsAppPrint গো-সৰবৰাহৰ বিৰুদ্ধে যোৰাবাট আৰক্ষীৰ সফল অভিযান। দুখন বাহনসহ জব্দ ৭২টাকৈ গৰু। নগাঁৱৰ পৰা বৰ্ণিহাট অভিমুখী আছিল গৰুভৰ্তি বাহন দুখন। আৰক্ষীৰ অভিযানৰ উমান পাই গো-সৰবৰাহকাৰীৰ পলায়ন। ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীৰ অব্যাহত অভিযান। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...