অসমৰ বহুতো যুৱক-যুৱতীৰ আলফাত যোগদানৰ বাতৰি সংবাদ মাধ্যমত প্ৰায়ে প্ৰকাশ পায় আহিছে। এইবাৰ গুৱাহাটী যুৱকৰ আলফাত যোগদান।
গুৱাহাটীৰ গীতানগৰৰ যুৱক মানৱ ডেকাৰ আলফালৈ গমন। মানৱ ডেকা পেছাত এগৰাকী চিভিল ইঞ্জিনিয়াৰ।
এই খবৰৰ পাছত দুখত ভাগি পৰিছে মানৱৰ পৰিয়াল। বিগত কিছুদিন ধৰি আলফাত চলি থকা কাৰ্যসূচীক লৈ যথেষ্ট শংকিত হৈ পৰিছে পৰিয়ালৰ লোক।
পুত্ৰক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান পিতৃৰ।
