গুৱাহাটীত আৰু এটা কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে। মালিগাঁৱৰ কৃষ্ণনগৰ এলেকা নতুন কণ্টেইনমেণ্ট জ’ন কৰা হৈছে।এলেকাটোৰ এগৰাকী মহিলা কৰোনাত আক্ৰান্ত হৈছে।