গুৰুতৰভাৱে অসুস্থ ‘কে.কে’খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা, ICUত ভৰ্তি

274

গুৱাহাটীঃ অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা দেওবাৰে উচ্চ ৰক্তচাপ সম্পৰ্কীয় সমস্যাৰ বাবে ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে সিদ্ধাৰ্থ শৰ্মাক।

বৰ্তমান তেওঁ হেল্থ চিটি হাস্পতালৰ ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)ত ভৰ্তি হৈ আছে।

‘বেহাৰবাৰী আউটপোষ্ট’ ধাৰাবাহিকখনত আৰক্ষী কনিষ্টবল কে কেৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল সিদ্ধাৰ্থ শৰ্মা।