গণৰাজ্য দিৱসত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা- প্ৰদান কৰিব নিবনুৱা ভাট্টা…

283

গণৰাজ্য দিৱস উপলক্ষে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আগন্তুক বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ কৰি মাহিলী ভাট্টা ঘোষণা কৰে।

তেওঁ অৱশ্যে এই পৰিমাণৰ ধন এতিয়াও নিৰ্দিষ্ট কৰা নাই।

আন বহুতো আঁচনিৰ কথা ঘোষণা কৰি বাঘেলে লগতে কয় যে ৰাজ্যখনৰ পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকসকলক ঘৰ নিৰ্মাণৰ বাবে ৫০ হাজাৰ টকা অনুদান দিয়া হ’ব।