কৰিমগঞ্জৰ জোনিটিলাত থকা অসম আৰক্ষী ছাউনীত ৰহস্য জনক ঘটনা। নিশা ডিঙি কটা অবস্থাত এগৰাকী জোৱানক উদ্ধাৰ কৰা হয়। জগৎজ্যোতি দে নামৰ জোৱানজনক আন জোৱানসকলে মিলি মুৰ্মূষু অৱস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। জগৎজ্যোতি দেৰ অবস্থা সংকটজনক হোৱাত প্ৰাথমিক চিকিৎসা কৰি SMCHলৈ প্ৰেৰণ কৰে চিকিৎসালয় কৰ্তৃপক্ষই।