ক্ৰমাৎ অৱনতি হৈছে শিলচৰৰ পৰিস্থিতি

103

ক্ৰমাৎ অৱনতি হৈছে শিলচৰৰ পৰিস্থিতি।

ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে বৰাক সহ বিভিন্ন নৈৰ জলস্তৰ।

কাছাৰৰ উধাৰবন্ধ গোছাইপুৰত মধুৰা নৈৰ বাঢ়নী পানী দেখিবলৈ গৈ নৈত সন্ধানহীন মজ্জমিল আলী লস্কৰ নামৰ এগৰাকী ৬০ বছৰীয়া বৃদ্ধ।

লোকজনৰ সন্ধানত নৈত NDRF বাহিনীৰ অভিযান অব্যাহত।