কোৰোনাৰ পিছত এইবাৰ আন এক মহামাৰী! ভাৰতত H3N2 আক্ৰান্ত প্ৰথমজন ৰোগীৰ মৃত্যু…

137

কোভিডৰ পিছত ভাৰতত মাৰাত্মক ৰূপ ধাৰণ কৰা H3N2 ভাইৰাছত মৃত্যু প্ৰথমজন ৰোগীৰ।

কৰ্ণাটকত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে প্ৰথমজন ৰোগীয়ে।

এই তথ্য শুকুৰবাৰে সদৰী কৰিছে স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই।

হাছানৰ জিলা স্বাস্থ্য বিষয়াৰ মতে, ১ মাৰ্চত ৮২ বছৰীয়া হীৰ গৌড় নামৰ লোকজনক H3N2 ভাইৰাছত মৃত্যু ঘটে।

আনহাতে গৌড়া ডায়েবেটিছ ৰোগী আৰু উচ্চ ৰক্তচাপতো ভুগি থকা বুলিও কয়।