কোৰোনাত আক্ৰান্ত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডা

63

ডিজিটেল ডেস্ক:- বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডা কোৰোনাত আক্ৰান্ত হৈছে। চচিয়েল মিডিয়া যোগে এই কথা জানিবলৈ দিছে নেতা গৰাকীয়ে।

তেওঁ ইতিমধ্যে হোম আইছ’লেশ্যনত আছে বুলি জানিব পৰা গৈছে। প্রথমে দেহত কিছু কোভিড-১৯ৰ লক্ষণ দেখাৰ পাছতে তেওঁ কোভিড টেষ্ট কৰায়।
তাৰপাছতে তেওঁৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি।